അർത്ഥം : চেহেৰাত বাহিৰৰ পৰা দেখা দিয়া মুখৰ ভাগ যʼত বাহিৰৰ তলৰ অংশত ্ওঁঠ ্থাকে
ഉദാഹരണം :
অধ্যাপকে মুখত আঙুলি থোৱাৰ লগে লগে শ্রেণীকোঠাটো নিজম পৰিল
അർത്ഥം : কোনো ভৱন আদিৰৰ মূল প্রৱেশ দ্বাৰ
ഉദാഹരണം :
এই দূর্গটোৰ মুখ উত্তৰফালে আছে
അർത്ഥം : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ খোলা অংশ যʼৰ পৰা কোনো বস্তু আদিৰ ভিতৰলৈ যাব বা বাহিৰলৈ ওলাব পাৰি
ഉദാഹരണം :
এই বটলটোৰ মুখখন বহুত পাতল
അർത്ഥം : প্রাণীয়ে যি অংগৰ দ্বাৰা খায় আৰু কথা কয় বা মাত দিয়ে
ഉദാഹരണം :
ভয়তে তেওঁৰ মুখৰ মাত হৰিল
പര്യായപദങ്ങൾ : মুখগহ্বৰ
അർത്ഥം : কোনো বস্তুৰ সন্মুখৰ বা অগ্রভাগ অথবা সেই অংশ যʼৰ পৰা তাৰ ব্যৱহাৰ হয়
ഉദാഹരണം :
এই কম্পিউটাৰটোৰ মুখখন মোৰফালে ঘূৰাই দিয়া মহম্মদ শ্বাহৰ ঘৰৰ মুখটো কোনফালে আছে