പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মুখ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মুখ   বিশেষ্য

അർത്ഥം : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ

ഉദാഹരണം : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে

പര്യായപദങ്ങൾ : আনন, গঢ়, চেহেৰা, ঠগ, বদন, ৰূপ

അർത്ഥം : চেহেৰাত বাহিৰৰ পৰা দেখা দিয়া মুখৰ ভাগ যʼত বাহিৰৰ তলৰ অংশত ্ওঁঠ ্থাকে

ഉദാഹരണം : অধ্যাপকে মুখত আঙুলি থোৱাৰ লগে লগে শ্রেণীকোঠাটো নিজম পৰিল

അർത്ഥം : কোনো ভৱন আদিৰৰ মূল প্রৱেশ দ্বাৰ

ഉദാഹരണം : এই দূর্গটোৰ মুখ উত্তৰফালে আছে

അർത്ഥം : মুখলৈ এবাৰত নিয়া আহাৰৰ পৰিমাণ

ഉദാഹരണം : মই এগৰাহো খাবলৈ নাপাওঁতেই সি আহি ওলালহি

പര്യായപദങ്ങൾ : গৰাহ, টেপা, মোকোৰা

അർത്ഥം : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ খোলা অংশ যʼৰ পৰা কোনো বস্তু আদিৰ ভিতৰলৈ যাব বা বাহিৰলৈ ওলাব পাৰি

ഉദാഹരണം : এই বটলটোৰ মুখখন বহুত পাতল

അർത്ഥം : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি

ഉദാഹരണം : মই সাতটা পেটক ভৰাব লাগে

പര്യായപദങ്ങൾ : পেট

അർത്ഥം : প্রাণীয়ে যি অংগৰ দ্বাৰা খায় আৰু কথা কয় বা মাত দিয়ে

ഉദാഹരണം : ভয়তে তেওঁৰ মুখৰ মাত হৰিল

പര്യായപദങ്ങൾ : মুখগহ্বৰ

അർത്ഥം : কোনো বস্তুৰ সন্মুখৰ বা অগ্রভাগ অথবা সেই অংশ যʼৰ পৰা তাৰ ব্যৱহাৰ হয়

ഉദാഹരണം : এই কম্পিউটাৰটোৰ মুখখন মোৰফালে ঘূৰাই দিয়া মহম্মদ শ্বাহৰ ঘৰৰ মুখটো কোনফালে আছে