അർത്ഥം : জীৱৰ জন্ম আৰু মৃত্যুৰ বন্ধনৰ পৰা মুক্ত হোৱা অৱস্থা
ഉദാഹരണം :
সৎ লোকৰ মোক্ষ প্রাপ্তি হয়
പര്യായപദങ്ങൾ : কৈৱল্য, চিৰনিবৃত্তি, নি্র্বাণ, পৰমগতি, পৰমপদ, পৰমার্থ, পৰিনি্র্বাণ, মহানি্র্বাণ, মোক্ষ, মোক্ষপদ
അർത്ഥം : মুক্ত হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
কালিলৈ মাধৱক জেলৰ পৰা মুক্তি দিয়া হʼব
പര്യായപദങ്ങൾ : বন্ধনহীনতা