അർത്ഥം : এটা বস্তুৰ লগত আন বস্তু মিলি এক হোৱা
ഉദാഹരണം :
ইয়াত বিভিন্ন প্রকাৰৰ শস্য মিহলি হৈ আছে
പര്യായപദങ്ങൾ : মিক্স হোৱা, মিলি থকা, মিহল হোৱা, লগ-লাগি থকা
അർത്ഥം : কিহবাৰ সৈতে মিলি থকা কার্য
ഉദാഹരണം :
তেল পানীত কেতিয়াও নিমিহলে
പര്യായപദങ്ങൾ : এক হোৱা, মিশ্রিত হোৱা, মিহলা, মিহলি কৰা, সংমিশ্রিত হোৱা