അർത്ഥം : এবিধ মিঠা কন্দ বা মূল
ഉദാഹരണം :
ব্রত পালন কৰিলে মিঠা আলুক ফল হিচাপে খোৱা হয়
പര്യായപദങ്ങൾ : মিঠাআলু
അർത്ഥം : মাটিত বগাই যোৱা এবিধ লতাগছ, যাৰ কন্দ খাবলৈ মিঠা
ഉദാഹരണം :
মিঠাআলুৰ খেতিডৰাত খেতিয়কজনে কীটনাশক ঔষধ ছটিয়াই আছে
പര്യായപദങ്ങൾ : মিঠাআলু, মিঠাআলুৰ গছ