അർത്ഥം : যি যন্ত্রৰ দ্বাৰা ঘৰলৈ অহা পানী জোখা হয়
ഉദാഹരണം :
টেংকীটোৰ মিটাৰটো বেয়া গৈ গʼল
അർത്ഥം : দৈর্ঘ্য জোখাৰ এক মাপ
ഉദാഹരണം :
কুর্তা চিলাবৰ কাৰণে আঢ়ৈ মিটাৰ কাপোৰ লাগিব
അർത്ഥം : ঘৰ বা কাৰখানা আদিত ব্যয় হোৱা বিজুলী জুখিব কাৰণে ব্যৱহাৰ কৰা যন্ত্রবিশেষ
ഉദാഹരണം :
মোৰ ঘৰত দুটা মিটাৰ লগোৱা আছে
അർത്ഥം : যি যন্ত্রৰ সহায়ত গতিশীল বস্তুৰ গতি জোখা হয়
ഉദാഹരണം :
এই গাড়ীখনৰ মিটাৰটোৱে কাম কৰা নাই
പര്യായപദങ്ങൾ : গতিমাপক, স্পীডোমিটাৰ