അർത്ഥം : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ ভাষা
ഉദാഹരണം :
ভালেমান বছৰ ধৰি মুম্বাইত থকাৰ কাৰণে তেওঁ ্মাৰাঠীটো কথা পাতিব পাৰে
പര്യായപദങ്ങൾ : মাৰাঠী ভাষা
അർത്ഥം : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ নিবাসী
ഉദാഹരണം :
কেইবাজনো মাৰাঠী মোৰ ভাল বন্ধু
പര്യായപദങ്ങൾ : মহাৰাষ্ট্রী
അർത്ഥം : মহাৰাষ্ট্রত থকা বা বসতি কৰা
ഉദാഹരണം :
সন্ত টুকাৰামৰ মাৰাঠী জনসাধাৰণৰ ওপৰত বিশেষ ধৰণৰ প্রভাৱ আছে
പര്യായപദങ്ങൾ : মহাৰাষ্ট্রী
അർത്ഥം : যাৰ মাতৃভাষা মাৰাঠী
ഉദാഹരണം :
তাত্যাপাৰাত মাৰাঠী লোকৰ সংখ্যাগৰিষ্ঠতা আছে
അർത്ഥം : মাৰাঠী ভাষাৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
মাৰাঠী সাহিত্য বহু বিকশিত আৰু উন্নত
അർത്ഥം : মহাৰাষ্ট্রৰ সৈতে সম্বন্ধ থকা বা মহাৰাষ্ট্রৰ
ഉദാഹരണം :
নেতাগৰাকীয়ে পৰম্পৰাগত মাৰাঠী বেশ-ভূষা পৰিধান কৰি মঞ্চত উঠিলে