അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বহুত মানুহে মাৰধৰ কৰি কৰা কাজিয়া
ഉദാഹരണം : ছাত্রবোৰৰ উপদ্রৱত অতীষ্ঠ হৈ প্রধান শিক্ষকে অনির্দিষ্ট কাললৈ বিদ্যালয় বন্ধ কৰি দিলে আপোনালোকে অনর্থক ্উৎপাত নকৰিব
പര്യായപദങ്ങൾ : উপদ্রৱ, উৎপাত, মাৰ-কিল, হাংগামা, হাঙ্গামা
അർത്ഥം : মাৰপিট কৰা কার্য
ഉദാഹരണം : নি্র্বাচনৰ সময়ত বহুত মাৰ-পিট হয়
പര്യായപദങ്ങൾ : মাৰ-পিট
അർത്ഥം : হাত-ভৰিৰে টনা-আজোঁৰা কৰি মাৰপিট কৰা কার্য
ഉദാഹരണം : তেওঁলোক দুজনৰ মাজত তুমুলভাৱে কাজিয়া লাগিল
പര്യായപദങ്ങൾ : কাজিয়া
ഇൻസ്റ്റാൾ ചെയ്യുക