അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি কাৰোবাক হত্যা কৰিছে
ഉദാഹരണം : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
പര്യായപദങ്ങൾ : অপঘাতক, অপঘাতী, আততায়ী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
അർത്ഥം : মাৰি পেলাব পৰা
ഉദാഹരണം : তেওঁ ্মাৰণ অস্ত্রৰে বাঘটোক প্রহাৰ কৰিলে
പര്യായപദങ്ങൾ : মাৰণ
അർത്ഥം : প্রৱল বিষৰ বেগ আদিক মষিমূৰ কৰি তাক নাশ কৰোতা
ഉദാഹരണം : তেওঁৰ ্মাৰকস মন্ত্রই গুপ্তাদেৱক মৃত্যৰ মুখৰ পৰা বচালে
അർത്ഥം : যাৰ দ্বাৰা কিহবাৰ প্রভাৱ নষ্ট বা দূৰ হয়
ഉദാഹരണം : এই বিহখিনি মাৰক ঔষধ
പര്യായപദങ്ങൾ : ঘাতক
ഇൻസ്റ്റാൾ ചെയ്യുക