അർത്ഥം : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
ഉദാഹരണം :
চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
പര്യായപദങ്ങൾ : ইন্দ্র-জাল, ইন্দ্রজাল, চমৎকাৰ, মায়া জাল, যাদু
അർത്ഥം : সাংসাৰিক জঞ্জাল
ഉദാഹരണം :
তেওঁ ্সাংসাৰিকতাৰ পৰা মুক্ত হৈ সন্যাস লʼলে
പര്യായപദങ്ങൾ : মায়াজাল, সাংসাৰিকতা