അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বেতন বা পাৰিশ্রমিকৰ বিনিময়ত কাৰোবাক কার্যালয় বা কাৰখানাত কাম দিওঁতা ব্যক্তি
ഉദാഹരണം : মালিকে কর্ম্্চাৰীৰ দাবী পূৰণ কৰিবলৈ অমান্তি হʼল
അർത്ഥം : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে
ഉദാഹരണം : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল
പര്യായപദങ്ങൾ : অধিপতি, গৰাকী, স্বামী
അർത്ഥം : ইছলাম ধর্মত ঈশ্বৰ বুজোৱা নাম
ഉദാഹരണം : ঈশ্বৰ আৰু আল্লা একেই
പര്യായപദങ്ങൾ : আল্লা, আল্লাহ, খুদা
അർത്ഥം : ঘৰৰ মূল মানুহ
ഉദാഹരണം : গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে
പര്യായപദങ്ങൾ : গৃহপতি, গৃহস্থ, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী
ഇൻസ്റ്റാൾ ചെയ്യുക