അർത്ഥം : মালাবাৰৰ অধিবাসী
ഉദാഹരണം :
মন্দিৰত মালায়ালী আয়াপ্পা পূজা বৰ উলহ-মালহেৰে পালন কৰা হৈছে
പര്യായപദങ്ങൾ : মালায়ালি
അർത്ഥം : মালাবাৰৰ সৈতে সম্বন্ধ থকা বা মালাবাৰৰ
ഉദാഹരണം :
কথাকলি একপ্রকাৰৰ মালায়ালী লোক-নৃত্য
അർത്ഥം : মালাবাৰত থকা বা বসতি কৰা
ഉദാഹരണം :
শীলাই এজন মালায়ালী লʼৰাৰ সৈতে বিয়াত বহিল