അർത്ഥം : যি লিপিত মালায়ালম ভাষা লিখা হয়
ഉദാഹരണം :
এই স্তম্ভটোৰ ওপৰত মালায়ালমত কিবা লিখা আছে
പര്യായപദങ്ങൾ : মালায়ালম লিপি
അർത്ഥം : তামিল ভাষাৰ সৈতে অতি ওচৰৰ সম্বন্ধ থকা এটা দ্রাবিড় পৰিয়ালৰ ভাষা যিটো দক্ষিণ ভাৰতত কোৱা হয়
ഉദാഹരണം :
মই মালয়ালম কʼব পাৰোঁ
പര്യായപദങ്ങൾ : মালয়ালম