പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মার্গ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মার্গ   বিশেষ্য

അർത്ഥം : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা

ഉദാഹരണം : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক

പര്യായപദങ്ങൾ : উপায়, পথ, পন্থা, ্সাধন

അർത്ഥം : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়

ഉദാഹരണം : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে

പര്യായപദങ്ങൾ : পথ, বাট, ৰাস্তা

അർത്ഥം : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়

ഉദാഹരണം : উৰা জাহাজৰো নির্দিষ্ট পথ আছে

പര്യായപദങ്ങൾ : পথ, বাট, ্ ৰাস্তা

അർത്ഥം : কোনো সাধন, প্রকাৰ আদি যাৰ অৱলম্বনত কোনো কামৰ ভালদৰে বা সম্পূর্ণ কৰিবৰ কাৰণে কৰা হয়

ഉദാഹരണം : আহাৰ মুখ বিবৰেদি পেটলৈ যায়

പര്യായപദങ്ങൾ : পথ, বিবৰ, ্ৰাস্তা