അർത്ഥം : যিটো স্বীকাৰ কৰা হৈছে
ഉദാഹരണം :
এইটো ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিযোজনা
പര്യായപദങ്ങൾ : স্বীকৃত
അർത്ഥം : যি প্রতিষ্ঠা লাভ কৰিছে
ഉദാഹരണം :
পণ্ডিত মহেশ নিজৰ ক্ষেত্রত এজন প্রতিষ্ঠিত ব্যক্তি
പര്യായപദങ്ങൾ : অগ্রগনীয়, গণ্যমান্য, নাম থকা-, প্রতিষ্ঠিত, মাননীয়, সন্মানিত, সম্ভ্রান্ত
അർത്ഥം : মানিবৰ যোগ্য
ഉദാഹരണം :
এই কথাবোৰ যদি মান্য হয় তেতিয়াহে সকলোৱে বিশ্বাস কৰিব