അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য
ഉദാഹരണം : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়
പര്യായപദങ്ങൾ : ভাড়া, ভাৰা, শুল্ক
അർത്ഥം : কোনো কামৰ সলনি লোৱা বা দিয়া ধন
ഉദാഹരണം : মাচুল জমা নিদিয়া কাৰণে মনোহৰৰ স্কুলৰ পৰা নাম কটা গʼল
പര്യായപദങ്ങൾ : ফিজ, শুল্ক
ഇൻസ്റ്റാൾ ചെയ്യുക