അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ৰজাৰ প্রধান পত্নী
ഉദാഹരണം : মন্দোদৰী লংকাধিপতি ৰাবণৰ মহাৰাণী আছিল
പര്യായപദങ്ങൾ : পাটৰাণী, ৰাজমহিষী
അർത്ഥം : ৰজাৰ পত্নী
ഉദാഹരണം : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
പര്യായപദങ്ങൾ : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী
അർത്ഥം : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মাদৈ, ৰাণী
അർത്ഥം : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ
ഉദാഹരണം : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে
പര്യായപദങ്ങൾ : ওজা, বাদশ্বাহ, মহাৰজা, সম্রাজ্ঞী, সম্রাট, ৰজা, ৰাণী
ഇൻസ്റ്റാൾ ചെയ്യുക