അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : দুজন পুৰুষ বা দুটা দলৰ মাজত হোৱা প্রতিযোগীতামূলক দ্বন্দ্ব
ഉദാഹരണം : তাত দ্বন্দ্বযুদ্ধ চলি আছে
പര്യായപദങ്ങൾ : দ্বন্দ্বযুদ্ধ
അർത്ഥം : দুজন পালোৱানে ইজনে সিজনক মোটোকাই ধৰিবলৈ বা লুটি খুৱাই পেলাবলৈ কৰা যুঁজ
ഉദാഹരണം : মোহনে কুস্তি খেলিবৰ কাৰণে সদায় কচৰৎ কৰে
പര്യായപദങ്ങൾ : কুস্তি, মল্লক্রীড়া, মল্লযুঁজ, মালযুঁজ, মালাড়ি, ৰেচলিং
ഇൻസ്റ്റാൾ ചെയ്യുക