അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
ഉദാഹരണം : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
പര്യായപദങ്ങൾ : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মেহেৰবানি
അർത്ഥം : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
ഉദാഹരണം : সাধুসকল মোহত নপৰে
പര്യായപദങ്ങൾ : মোহ
അർത്ഥം : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা
ഉദാഹരണം : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল
പര്യായപദങ്ങൾ : চেনেহ, মৰম, মৰম-চেনেহ, স্নেহ
അർത്ഥം : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম
ഉദാഹരണം : শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়
ഇൻസ്റ്റാൾ ചെയ്യുക