പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মন্দিৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মন্দিৰ   বিশেষ্য

അർത്ഥം : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়

ഉദാഹരണം : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে

പര്യായപദങ്ങൾ : আলয়, আশ্রম

അർത്ഥം : যি মন্দিৰত কোনো দেৱতাৰ মূর্তি বা মূর্তি স্থাপন কৰি পূজা কৰা হয়

ഉദാഹരണം : তেওঁ ্সদায় গা-পা ধুই দেৱালয়লৈ যায়

പര്യായപദങ്ങൾ : দʼল, দেৱ-গৃহ, দেৱ-দৌল, দেৱ-মন্দিৰ, দেৱগৃহ, দেৱদৌল, দেৱমন্দিৰ, দেৱালয়, দেৱায়তন, দৌল

അർത്ഥം : দেৱ-দেৱী আদিৰ মূর্তি স্থাপন কৰি পূজা-উপাসনা কৰা গৃহ

ഉദാഹരണം : তেওঁ নিতৌ স্নান কৰি মন্দিৰলৈ যায়

പര്യായപദങ്ങൾ : দʼল, দেৱগৃহ, দেৱালয়, দৌল, ধর্মমন্দিৰ