അർത്ഥം : একাগ্র মনেৰে কোনো এক বিষয়ত লাগি থকা কার্য
ഉദാഹരണം :
মনোযোগৰ অবিহনে সফলতা লাভ কৰিব নোৱাৰি
അർത്ഥം : ধ্যানেৰে পূর্ণ ্ অৱস্থা বা ভাব
ഉദാഹരണം :
সৰিতাই সকলো কাম একাগ্রতাৰে কৰে
പര്യായപദങ്ങൾ : একনিষ্ঠা, একাগ্রচিত্ততা, একাগ্রতা, ঐকান্তিকতা, দৃঢ়তা, ধ্যানপূর্ণত্া, নিবিষ্টচিত্ততা, নিবিষ্টতা, মগ্নতা
അർത്ഥം : কোনো কথা বা কামত মন লীন হোৱা দশা বা ভাব
ഉദാഹരണം :
ৰমেশে বৰ মনোযোগেৰে পঢ়ে
പര്യായപദങ്ങൾ : ধ্যান