അർത്ഥം : মানি লোৱা
ഉദാഹരണം :
ঠেহ পতা ৰাণীয়ে মানিলে
അർത്ഥം : কাৰোবাৰ প্রতি আদৰৰ ভাব ৰখা
ഉദാഹരണം :
মই তেখেতক বহুত মানো
അർത്ഥം : সহমত হোৱা
ഉദാഹരണം :
মই আপোনাৰ কথা স্বীকাৰ কৰোঁ
പര്യായപദങ്ങൾ : মানি চলা, স্বীকাৰ কৰা, ৰাজি হোৱা
അർത്ഥം : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা
ഉദാഹരണം :
মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ
പര്യായപദങ്ങൾ : মানি লোৱা, স্বীকাৰ কৰা
അർത്ഥം : ধর্মীয় দৃষ্টিৰে কোনো কথাৰ ওপৰত শ্রদ্ধা বা দৃষ্টি ৰখা
ഉദാഹരണം :
মই নিৰাকাৰ ঈশ্বৰক মানো
അർത്ഥം : মহত্ত্ব বুজি পোৱা
ഉദാഹരണം :
এতিয়া মানিবই লাগিব যে তুমি গার্হস্থ্য-বিজ্ঞানৰ অভিজ্ঞ লোক