അർത്ഥം : যিজনে প্রায়েই অত্যধিক মদ পান কৰে
ഉദാഹരണം :
মদাহীটো মদ খোৱাৰ পিছত নলাটোত সৰি পৰিল
പര്യായപദങ്ങൾ : মদাহী
അർത്ഥം : অত্যধিক মদ পান কৰোতা
ഉദാഹരണം :
মদ্যপায়ীয়ে সংসাৰত কিমান যে আলৈ-আহুকালৰ সৃষ্টি কৰে
പര്യായപദങ്ങൾ : তেবাহী মদপী, মদ্যপায়ী