അർത്ഥം : ধন, বিদ্যা, প্রভুত্ব আদিৰ ওপৰত থকা এক ধৰণৰ অহংকাৰী ভাব
ഉദാഹരണം :
জমিদাৰীৰ অহংকাৰত ঠাকুৰে ভালেমান কৃষকক প্রতাৰিত কৰিলে
പര്യായപദങ്ങൾ : অহংকাৰ
അർത്ഥം : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা
ഉദാഹരണം :
মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে
പര്യായപദങ്ങൾ : জাল, নিচা, মত্তাৱস্থা, ৰাগি