അർത്ഥം : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা
ഉദാഹരണം :
আইতাই ককাক ইংগিতেৰে মাতি আছে
അർത്ഥം : আমন্ত্রণ জনোৱা
ഉദാഹരണം :
তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে
പര്യായപദങ്ങൾ : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা
അർത്ഥം : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা
ഉദാഹരണം :
ৰাতিপুৱা চৰায়ে মাতে
അർത്ഥം : কোনো পৰিচিতৰ লগত কথা কোৱা
ഉദാഹരണം :
আজিকালি শীলাই মোক নামাতে