അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি
ഉദാഹരണം : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে
പര്യായപദങ്ങൾ : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, চাল, ফন্দ, ফন্দি
അർത്ഥം : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
ഉദാഹരണം : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
പര്യായപദങ്ങൾ : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, লক্ষ্য, হেতু
അർത്ഥം : কোনো শ্্ব্দ, পদ বা বাক্য আদিৰ পৰা ওলোৱা অভিধা অর্থ ্যাৰ বোধ জন্মাবৰ কাৰণে কোনো শ্্ব্দ বা পদ মানুহৰ মাজত প্রচলিত হয়
ഉദാഹരണം : কেতিয়াবা কেতিয়াবা সুৰদাসৰ পদৰ অর্থ উলিওৱা জটিল হৈ পৰে
പര്യായപദങ്ങൾ : অর্থ, ্তাৎপর্য, ্ভাব
അർത്ഥം : কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক
ഉദാഹരണം : এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই
പര്യായപദങ്ങൾ : সম্পর্ক, সম্বন্ধ
ഇൻസ്റ്റാൾ ചെയ്യുക