അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বিষয় আদিত প্রকাশ কৰা কাৰোবাৰ নিজৰ বিচাৰ বা সন্মতি
ഉദാഹരണം : সকলোৰে বিচাৰত এই কামটো ভাল হৈছে
പര്യായപദങ്ങൾ : বিচাৰ, ৰায়
അർത്ഥം : ঋষি আদিৰ মান্য উপদেশ
ഉദാഹരണം : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
പര്യായപദങ്ങൾ : বাদ, সিদ্ধান্ত
അർത്ഥം : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
ഉദാഹരണം : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
പര്യായപദങ്ങൾ : বাদ, মতবাদ, সিদ্ধান্ত
അർത്ഥം : মনত উদয় হোৱা কথা
ഉദാഹരണം : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
പര്യായപദങ്ങൾ : খিয়াল, খেয়াল, বিচাৰ
ഇൻസ്റ്റാൾ ചെയ്യുക