അർത്ഥം : মণিপুৰত কোৱা ভাষা
ഉദാഹരണം :
তেওঁলোক দুয়োজনে মণিপুৰীত কথাপাতি আছে
അർത്ഥം : মণিপুৰৰ অধিবাসী
ഉദാഹരണം :
আজি ৰঙ্গমঞ্চত মণিপুৰী সকলৰ নৃত্য আছিল
അർത്ഥം : মণিপুৰত থকা বা বসতি কৰা
ഉദാഹരണം :
কাইলৈ আমাৰ কলেজলৈ মণিপুৰী ডাক্তৰৰ এটা দল আহিব
അർത്ഥം : মণিপুৰৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
আমি মণিপুৰী নৃত্য চাবলৈ গৈছিলোঁ
അർത്ഥം : মণিপুৰী ভাষাত ৰচিত
ഉദാഹരണം :
তুমি মোক মণিপুৰী সাহিত্যৰ বিষয়ে কিবা খবৰ দিব পাৰিবা নেকি ?