പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মডেল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মডেল   বিশেষ্য

അർത്ഥം : কৃত্রিমভাৱে উৎপাদিত হোৱা কোনো বস্তুৰ প্রকাৰ

ഉദാഹരണം : মটৰ গাড়ীৰ এইটো মডেল বহুত পুৰণা

അർത്ഥം : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ

ഉദാഹരണം : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে

പര്യായപദങ്ങൾ : আর্হি, নমুনা

അർത്ഥം : টিভি, ৰেডিঅʼ আদিৰ মাধ্যমেৰে বা দর্শকৰ সন্মুখত, প্রত্যক্ষ ৰূপত নতুনকৈ উৎপাদিত হোৱা কোনো বস্তুৰ প্রচাৰ চলোৱা ব্যক্তি

ഉദാഹരണം : মডেলো এক প্রকাৰৰ কলাকাৰ