അർത്ഥം : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
ഉദാഹരണം :
পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
പര്യായപദങ്ങൾ : অনুজ্ঞা দান, সন্মতি, সুযোগ
അർത്ഥം : স্বীকাৰ কৰাৰ কার্য ্ বা ভাব
ഉദാഹരണം :
ভাৰত চৰকাৰে এই যোজনাটো আৰম্ভ কৰাৰ কাৰণে অনুমতি প্রদান কৰিছে
പര്യായപദങ്ങൾ : অনুমতি