അർത്ഥം : কোনো খাদ্য বা পানীয় আদি সুগন্ধি আৰু সুস্বাদু কৰিবৰ কাৰণে মিহলোৱা বিশেষ প্রকাৰৰ ভেষজ দ্রৱ্য
ഉദാഹരണം :
মছলাই খাদ্য সুস্বাদু কৰি তোলে জালুক, জিৰা, ধনীয়া আদি মছলা
പര്യായപദങ്ങൾ : মচলা
അർത്ഥം : কোনো বিশেষ কামৰ কাৰণে বনোৱা ঔষধি বা ৰাসায়নিক দ্রৱ্যৰ মিশ্রণ
ഉദാഹരണം :
এই ঢোলটোৰ মছলা এৰাই গʼল
അർത്ഥം : কিছুমান খাদ্য বা পেয় পদার্থ আদিক অধিক সুস্বাদু, গুণযুক্ত কৰিবৰ বাবে প্রযুক্ত পদার্থ
ഉദാഹരണം :
আজিকালি সকলো বস্তু বনাবলৈ তৈয়াৰী মচলা পোৱা যায়
പര്യായപദങ്ങൾ : মচলা