അർത്ഥം : দাইল হিচাপে খোৱা এক ৰঙচুৱা সৰু বীজৰ মাহজাতীয় গছ
ഉദാഹരണം :
খেতিয়কে মচুৰ মাহৰ গছ চপাইছে
പര്യായപദങ്ങൾ : মচুৰ গছ, মচুৰ মাহৰ গছ
അർത്ഥം : দাইল হিচাপে ৰান্ধি খোৱা এক প্রকাৰ দ্বি-উত্তল বীজ
ഉദാഹരണം :
বৈদ্যশাস্ত্রত মচুৰ মাহক কফনাশক, পিত্তনাশক, জ্বৰনাশক বুলি কোৱা হৈছে
പര്യായപദങ്ങൾ : মচুৰ মাহ