അർത്ഥം : মঙ্গোলীয়াৰ মূল নিবাসী
ഉദാഹരണം :
মঙ্গোলীয়সকলে চীন দেশ আক্রমণ কৰিছিল
പര്യായപദങ്ങൾ : মঙ্গোলীয়ান
അർത്ഥം : মধ্য এচিয়াত বাস কৰা এক জাতি
ഉദാഹരണം :
প্রাচীন কালত মঙ্গোলীয় জাতি মধ্য এচিয়াত বাস কৰিছিল
പര്യായപദങ്ങൾ : মঙ্গোলীয় জাতি