അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
ഉദാഹരണം : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
പര്യായപദങ്ങൾ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
അർത്ഥം : সংসাৰ ৰূপী সাগৰ
ഉദാഹരണം : প্রকৃত গুৰুৱেহে আমাক ভৱসাগৰ পাৰ কৰাব পাৰিব
പര്യായപദങ്ങൾ : ভৱ সাগৰ, ভৱ-সাগৰ, সংসাৰ সাগৰ
ഇൻസ്റ്റാൾ ചെയ്യുക