പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ভৰোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ভৰোৱা   ক্ৰিয়া

അർത്ഥം : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া

ഉദാഹരണം : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল

പര്യായപദങ്ങൾ : দলিওৱা, নিক্ষেপ কৰা, পেলাই দিয়া

അർത്ഥം : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য

ഉദാഹരണം : এই টেমাটোত সাত কিলো আটা সোমায়

പര്യായപദങ്ങൾ : সোমোৱা

അർത്ഥം : খালী ঠাই আদি পূর্ণ কৰিবলৈ কোনো বস্তু আদি ঢলা কার্য

ഉദാഹരണം : শ্রমিকসকলে ৰাস্তাৰ কাষৰ গাঁত পুতিছে

പര്യായപദങ്ങൾ : পূৰোৱা, পোতা, ভর্তি কৰা

അർത്ഥം : কোনো বস্তু কিহবাৰ ওপৰত দিয়া

ഉദാഹരണം : লʼৰাটোৱে মুখত কলমটো ভৰালে

അർത്ഥം : খাটা, কাগজ আদিত লিখোৱা

ഉദാഹരണം : তেওঁ ্পঞ্চায়তৰ সভাপতিক কৈ নিজৰ নামটো ভোটাৰ তালিকাত ভৰালে

പര്യായപദങ്ങൾ : লিখা, লিখোৱা

അർത്ഥം : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা

ഉദാഹരണം : পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে

പര്യായപദങ്ങൾ : ভৰা