അർത്ഥം : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা
ഉദാഹരണം :
লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ
പര്യായപദങ്ങൾ : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, সম্পূর্ণ
അർത്ഥം : যিমান অধিক সোমাই থকিব পাৰে সিমান সোমাই থকা
ഉദാഹരണം :
পুখুৰীটো পানীৰে ভৰপূৰ
പര്യായപദങ്ങൾ : ভৰ-পূৰ
അർത്ഥം : সম্পূর্ণৰূপে ভৰি থকা
ഉദാഹരണം :
তেওঁ ্মোৰ হাতৰ পৰা গাখীৰেৰে ভৰপূৰ হৈ থকা গিলাচটো নমাই থʼলো