അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো ঠাই আদিৰ চাৰিওফালে ঘূৰা কার্য
ഉദാഹരണം : পৃথিৱীয়ে সূর্য্যৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ ফলতেই দিন-ৰাতি হয়
പര്യായപദങ്ങൾ : প্রদক্ষিণ, পৰিক্রমণ, পৰিক্রমা, পৰিভ্রমণ
അർത്ഥം : ঘূৰা-ফুৰা কার্য
ഉദാഹരണം : ৰামে ইফালে-সিফালে বিচৰণ কৰি আছে
പര്യായപദങ്ങൾ : চলা-ফুৰা, বিচৰণ
അർത്ഥം : এঠাইৰ পৰা অন্য কোনো দূৰৱর্তী ঠাইলৈ যোৱা কার্য
ഉദാഹരണം : তেওঁৰ ্যাত্রা সফল হʼল তেওঁ ভ্রমণ কৰি আছে
പര്യായപദങ്ങൾ : চফৰ, যাত্রা
അർത്ഥം : কোনো বিশেষ কামৰ নিৰীক্ষণৰ কাৰণে এঠাইৰ পৰা অন্য ঠাইলৈ যোৱা কার্য
ഉദാഹരണം : প্রধানমন্ত্রীয়ে ভূমিকম্প গ্রস্ত এলেকাৰ ভ্রমণ কৰিবলে গৈছে
ഇൻസ്റ്റാൾ ചെയ്യുക