അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি
ഉദാഹരണം : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই
പര്യായപദങ്ങൾ : কামী, কামুক, বিষয়ী, লম্পট
അർത്ഥം : যাৰ কামবাসনা বহুত
ഉദാഹരണം : তেওঁ এজন ্কামুক ব্যক্তি
പര്യായപദങ്ങൾ : কামপৰবশ, কামবিহ্বল, কামমোহিত, কামাত্মা, কামান্ধ, কামার্ত, কামাসক্ত, কামী, কামীন, কামুক, বিষয়ী, লম্পট, ্কামাতুৰ, ্কামার্ত্ত, ৰতিপৰায়ণ, ৰতিবিহ্বল, ৰমণাভিলাষী
അർത്ഥം : বিষয় আদিৰ ভোগ কৰোঁতা
ഉദാഹരണം : বিষয়াসক্ত ব্যক্তি যদি অসংযমিত হৈ পৰে তেতিয়া তেওঁ ্ৰোগগ্রস্থ হৈ পৰে
പര്യായപദങ്ങൾ : বিষয়াসক্ত, বিষয়ী
ഇൻസ്റ്റാൾ ചെയ്യുക