അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যাৰ ভোক লাগিছে
ഉദാഹരണം : আমি ভোকাতুৰক আহাৰ খুওৱা উচিত
ഉദാഹരണം : মাকে ভোকাতুৰ শিশুটোক গাখীৰ খুৱাইছে
പര്യായപദങ്ങൾ : ক্ষুধাতুৰ, ক্ষুধান্বিত, ক্ষুধার্ত, ক্ষুধিত, বুভুক্ষিত, ভুকীয়া, ভুখাৰি, ভোকাল
അർത്ഥം : যাৰ সদায় ভোক লাগি থাকে
ഉദാഹരണം : ভোকাতুৰ ব্যক্তিয়ে সদায় কিবা নহয় কিবা খাই থাকে
അർത്ഥം : যি ভোকত মৰো মৰো হয়
ഉദാഹരണം : আজিকালি চহৰৰ ৰাস্তাত বহুতো ভোকাতুৰক ভিক্ষা খোজা দেখা যায়
പര്യായപദങ്ങൾ : ক্ষুধার্ত, ক্ষুধিত, ভোকত মৰা-, ্ভোকাল
ഇൻസ്റ്റാൾ ചെയ്യുക