അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শুভ কাম বা ধর্মীয় অনুষ্ঠান কৰিবৰ কাৰণে সাজি লোৱা আচ্ছাদনযুক্ত ভূমি
ഉദാഹരണം : তেওঁ বেদীত বহি কথা কৈ আছে
പര്യായപദങ്ങൾ : বেদিকা, বেদী
അർത്ഥം : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
ഉദാഹരണം : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
പര്യായപദങ്ങൾ : উপঢৌকন, পাৰিতোষিক
അർത്ഥം : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
ഉദാഹരണം : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
പര്യായപദങ്ങൾ : উঁহ, গুৰি, বুনিয়াদ
ഇൻസ്റ്റാൾ ചെയ്യുക