അർത്ഥം : যি কাপোৰ, গহনা আদি ধাৰণ কৰি আছে
ഉദാഹരണം :
সজ্জিত মহিলাই মঞ্চত নৃত্য কৰি আছিল
പര്യായപദങ്ങൾ : সজ্জিত
അർത്ഥം : অলংকাৰ পিন্ধা বা যি ৰত্ন আদিৰে সুসজ্জিত
ഉദാഹരണം :
সমাৰোহত স্বর্ণাভূষণেৰে অলংকৃত মহিলাগৰাকীক সকলোৱে ৰ লাগি চাইছিল
പര്യായപദങ്ങൾ : অলংকাৰপূর্ণ, অলংকৃত, আভূষিত, বিভূষিত, সজ্জিত