അർത്ഥം : নাটক আদিত কোনো চৰিত্রৰ অভিনয়
ഉദാഹരണം :
এই চিনেমাখনত অমিতাভৰ ভূমিকা অভিনৱ আছিল
അർത്ഥം : কোনো কিতাপ আদিৰ আৰম্ভণিতে থকা বক্তব্য যাৰ দ্বাৰা কিতাপখনৰ বিষয়ে জানিব পাৰি
ഉദാഹരണം :
এই কিতাপখনৰ ভূমিকা বহুত ভাবি-চিন্তি লিখা হৈছে
പര്യായപദങ്ങൾ : অৱতৰণিকা, পাতনি, প্রস্তাৱনা, প্রাক্-কথন, প্রাক্কথন, মুখবন্ধ