അർത്ഥം : পানী বা কোনো তৰল পদার্থৰ ্সহায়ত কোনো বস্তু মোলায়ম কৰা
ഉദാഹരണം :
কুমাৰে কলহ বনাবৰ কাৰণে মাটি তিয়াই আছে
പര്യായപദങ്ങൾ : তিওৱা
അർത്ഥം : কোনো বস্তুক পানী বা কোনো তৰল পদার্থত সিক্ত হʼবলৈ ডুবাই ৰখা
ഉദാഹരണം :
ৰাতিপুৱা খাবলৈ মায়ে সদায় বুট তিয়াই থয়
പര്യായപദങ്ങൾ : তিওৱা, তিয়াই থোৱা