അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
ഉദാഹരണം : মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
പര്യായപദങ്ങൾ : বোজা
അർത്ഥം : কোনো কামত নলগাকৈ কাৰোবাৰ তত্ত্বাৱধানত থকা অৱস্থা
ഉദാഹരണം : কর্মহীন ব্যক্তি পৃথিৱীৰ বোজা স্বৰূপ
പര്യായപദങ്ങൾ : বোজ, বোজা
അർത്ഥം : কোনো বস্তুৰ গুৰুত্ব বা গধুৰৰ পৰিমাণ
ഉദാഹരണം : এই বস্তুটোৰ ওজন কিমান?
പര്യായപദങ്ങൾ : ওজন, গধুৰতা, ভৰ
അർത്ഥം : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
ഉദാഹരണം : খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
അർത്ഥം : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
ഉദാഹരണം : মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
ഇൻസ്റ്റാൾ ചെയ്യുക