അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : লʼৰা-ছোৱালীৰ লগত কৰা প্রেমপূর্ণ ব্যৱহাৰ
ഉദാഹരണം : অত্যাধিক মৰমৰ বাবে লʼৰা-ছোৱালী নষ্ট হয়
പര്യായപദങ്ങൾ : মৰম
അർത്ഥം : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি
ഉദാഹരണം : প্রেম নিস্বার্থ ্ হʼব লাগে
പര്യായപദങ്ങൾ : অনুৰাগ, আসক্তি, পীৰিতি, প্রীতি, প্রেম, মহব্বত
അർത്ഥം : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়
ഉദാഹരണം : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল
പര്യായപദങ്ങൾ : অনুৰাগ, প্রণয়, প্রীতি, প্রেম
ഇൻസ്റ്റാൾ ചെയ്യുക