പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ভাল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ভাল   বিশেষ্য

അർത്ഥം : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য

ഉദാഹരണം : সকলোৰে মংগল হোৱা কাম কৰা উচিত

പര്യായപദങ്ങൾ : কল্যাণ, মংগল, লাভ, হিত

അർത്ഥം : উত্তম হোৱাৰ অৱস্থা

ഉദാഹരണം : চৰিত্র ভালেই সকলো ভাল

പര്യായപദങ്ങൾ : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, শ্রেষ্ঠতা

അർത്ഥം : কাৰোবাৰ ভাল বা হিতসাধন কৰা কার্য

ഉദാഹരണം : সৎলোকে সকলোৰে উপকাৰ সাধে

പര്യായപദങ്ങൾ : উপকাৰ, হিত

അർത്ഥം : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা

ഉദാഹരണം : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত

പര്യായപദങ്ങൾ : কল্যাণ, মংগল, মঙ্গল, শুভ

അർത്ഥം : মূৰৰ ওপৰৰ ফালে থকা সন্মুখৰ অংশ

ഉദാഹരണം : ৰামৰ কপালৰ পৰা তেজ বিৰিঙিছে

പര്യായപദങ്ങൾ : অগ্রশিৰ, আগমূৰ, কপাল, ললাট

ভাল   ক্ৰিয়া বিশেষণ

അർത്ഥം : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়

ഉദാഹരണം : আজি শচীনে ভাল খেলিলে

പര്യായപദങ്ങൾ : বঢ়িয়া, ভালদৰে

ভাল   বিশেষণ

അർത്ഥം : যি সকলো ফালৰ পৰা ভাল অৱস্থাত থাকে

ഉദാഹരണം : মোৰ ভাল , আপোনাৰ ভালনে ?

പര്യായപദങ്ങൾ : বঢ়িয়া

അർത്ഥം : যি ৰুচিৰে ভৰপূৰ

ഉദാഹരണം : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে

പര്യായപദങ്ങൾ : ৰসাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক

അർത്ഥം : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়

ഉദാഹരണം : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই

പര്യായപദങ്ങൾ : উত্তম, সৎ

അർത്ഥം : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

ഉദാഹരണം : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

പര്യായപദങ്ങൾ : সজ্জন, সাধু, সুজন, সৎ

അർത്ഥം : যি গুণেৰে ভৰা

ഉദാഹരണം : গুণসম্পন্ন বস্তুৰ দাম বেছি হʼলেও বেছি দিন যায়

പര്യായപദങ്ങൾ : গুণজ্ঞ, গুণপূর্ণ, গুণবাচক, গুণবোধক, গুণমণ্ডিত, গুণময়, গুণযুক্ত, গুণসম্পন্ন, গুণান্বিত, গুণী, গুণৱন্ত, গুণৱান, ্গুণাত্মক

അർത്ഥം : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই

ഉദാഹരണം : মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ

പര്യായപദങ്ങൾ : বঢ়িয়া

അർത്ഥം : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে

ഉദാഹരണം : এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল

പര്യായപദങ്ങൾ : বঢ়িয়া

അർത്ഥം : যিটো অশ্লীল নহয়

ഉദാഹരണം : তেওঁ ্ মার্জিত সাহিত্য পঢ়ি আনন্দ লৈছে

പര്യായപദങ്ങൾ : মার্জিত, শ্লীল