അർത്ഥം : ভাব-চিন্তা বা বিচাৰ সহকাৰে
ഉദാഹരണം :
ভাবি-চিন্তিয়েই মই এই কামটো হাতত লৈছো
പര്യായപദങ്ങൾ : গুণা-গঁথ্া কৰি, গুণি-পিটি, বুজি-বাজি, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-গুণি
അർത്ഥം : চিন্তা সহকাৰে বা চিন্তাগ্রস্ত হৈ
ഉദാഹരണം :
বজাৰলৈ যোৱা স্বামীৰ কাৰণে শ্যামাই উদ্বিগ্নতাৰে ৰৈ আছিল
പര്യായപദങ്ങൾ : উদ্বিগ্নতাপূর্বক, উদ্বিগ্নতাৰে, উদ্বিগ্নভাৱে, গুণা-গঁথ্া কৰি, চিন্তিতভাৱে, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-গুণি