പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ভাণ্ডাৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ভাণ্ডাৰ   বিশেষ্য

അർത്ഥം : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ

ഉദാഹരണം : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে

പര്യായപദങ്ങൾ : কোষ, কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ

അർത്ഥം : বহুত ধন থকা কোষ বা স্থান

ഉദാഹരണം : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল

പര്യായപദങ്ങൾ : কোষ, কোষাগাৰ, খাজানা

അർത്ഥം : সঞ্চিত ধন, জ্ঞান আদি

ഉദാഹരണം : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ

പര്യായപദങ്ങൾ : কোষ, খাজানা, নিধি

അർത്ഥം : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম

അർത്ഥം : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ

ഉദാഹരണം : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল

പര്യായപദങ്ങൾ : ভঁ্ৰাল, সাগৰ