അർത്ഥം : ভাড়া দি কোনো বাহনত কʼৰবালৈ যোৱা যাত্রী অথবা কʼৰবালৈ নিয়া সামগ্রী
ഉദാഹരണം :
সকলো টেক্সীৱালাই ভাৰা লৈ গʼল
പര്യായപദങ്ങൾ : ভাৰা
അർത്ഥം : কোনো বাহনত উঠাৰ বাবদ দিবলগীয়া হোৱা নিশ্চিত ধন
ഉദാഹരണം :
ইয়াৰ পৰা দিল্লীলৈ ভাড়া কিমান
പര്യായപദങ്ങൾ : পৰিবহন ভাৰা, ভাৰা