അർത്ഥം : মানুহৰ মাত অনুসৰণ কৰিব পৰা ঘৰত পোহা এবিধ সেউজীয়া ৰঙৰ চৰাই
ഉദാഹരണം :
সজাত থকা ভাটৌটোৱে ৰাম ৰাম বুলি কৈছে
പര്യായപദങ്ങൾ : ভাটৌ চৰাই
അർത്ഥം : ভাটৌ জাতিৰ মাইকী
ഉദാഹരണം :
মোহনে তাৰ ঘৰত এজনী ভাটৌ পুহিছে
പര്യായപദങ്ങൾ : ভাটৌ(জনী), মাইকী ভাটৌ