പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ভাগ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ভাগ   বিশেষ্য

അർത്ഥം : সমষ্টি বা সমূহৰ কোনো অংশ

ഉദാഹരണം : ইয়াৰ মাজ ভাগ কিছু শকত

പര്യായപദങ്ങൾ : অংশ

അർത്ഥം : কম্পিউটাৰ চায়েন্সত এক বা একাধিক সংকেতৰ সমূহ যʼত তথ্য সু-শৃংখলিতভাৱে থাকে

ഉദാഹരണം : কম্পিউটাৰে আজিৰ তাৰিখটোক দিন,মাহ আৰু বছৰ এই তিনিটা ক্ষেত্রত দেখুৱায়

പര്യായപദങ്ങൾ : ক্ষেত্র

അർത്ഥം : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়

ഉദാഹരണം : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা

പര്യായപദങ്ങൾ : অংগ, অংশ, খণ্ড, টুকুৰা, বিভাগ

അർത്ഥം : কোনো কামত সন্মিলিত হোৱা কার্য

ഉദാഹരണം : তেওঁ খেল প্রতিযোগিতাত ভাগ নলয়

പര്യായപദങ്ങൾ : অংশগ্রহণ

അർത്ഥം : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ

ഉദാഹരണം : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে

പര്യായപദങ്ങൾ : অংশ

അർത്ഥം : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ

ഉദാഹരണം : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ

പര്യായപദങ്ങൾ : অংশ

അർത്ഥം : দূৰলৈ পঠোৱা বা দূৰ কৰা কার্য

ഉദാഹരണം : ভাগ ইয়াৰ পৰা, নহʼলে খুব মাৰ খাবি

പര്യായപദങ്ങൾ : যা, যা ভাগ

അർത്ഥം : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড

ഉദാഹരണം : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে

പര്യായപദങ്ങൾ : খণ্ড, টুকুৰা

അർത്ഥം : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, খণ্ড, ছেদ, পাঠ